অসমক আগোৱাই লৈ যাবলৈ

আমি আপোনাক শিকাম বিনামূল্য

অসমৰ এই নৱজাগৰণত আমাৰ লগত যোগদান কৰিবলৈ আহক। য’ত আপুনি সাৰ পায় আৰু আনকো জগাই দিয়ে। অসমক ডিজিটেল ৰূপত আগুৱাই নিয়াৰ এই প্ৰতিশ্ৰুতি আমি গ্ৰহণ কৰিছো। যিমানেই বাধা নাথাকক কিয়।

Website Development

আমি আপোনাক শিকাইহে এৰিম

উৱেবছাইট ডেভেলপমেন্ট

বিনামূলীয়া শিকোৱাৰ পিছতো আপোনালোকক সকলোধৰণৰ সাহাৰ্য্য কৰা হব । বিনামূলীয়া শিকোৱাৰ পিছতো আপোনাক প্ৰেক্টিচ কৰাৰ বাবে দিয়া হব টুলছ ।

আপোনী কিয় আমাৰ সৈতে জড়িত হব?

সাহাৰ্য্য সকলো সময়ত

বিনামূলীয়া শিকোৱাৰ পিছতো আপোনালোকক সকলোধৰণৰ সাহাৰ্য্য কৰা হব ।

বিনামূলীয়া টুলছ

ওৱেব ডেভেলপমেন্ট কোৰ্ছত অংশ গ্ৰহণ কৰাৰ পাছত প্ৰেক্টিচ কৰাৰ বাবে বিনামূল্যে কিছুমান টুলছ দিয়া হব।

বন্ধুসুলভ

আমিও আপোনাৰ দৰেই, শিকোৱা হব তেনেকুৱাকৈ যেনেদৰে আপোনি বুজিব পাৰিব। বয়স আপোনাৰ ১৫ হওক বা ৫৫ বছৰ।

ক্লাছ পুনৰাবৃত্তি

আমি জানো আপোনালোকে নিজৰ কামৰ মাজতো আমাৰ বিনামূলীয়া অনুশীলনীত অংশগ্ৰহণ কৰিছে। কোনো কাৰণত বাদ পৰিলে আছে পুনৰবাৰ ক্লাছ।

Scroll to Top
Popup

আপোনী কিয় আমাৰ সৈতে জড়িত হব?